দাঁতদাঁত কামোৰ খা

দাঁত উলিয়া (Assamese) [ Roman: da~t u.li.ya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-11-16
1. (Verb-Intran.) to smile broadly exposing the teeth ওঁঠৰ কোন দুটা পিছফাললৈ টানি দাঁত উলিয়াই হঁহা কাৰ্য্য ৷